Begin typing your search above and press return to search.

গড়কাপ্টানীৰ উত্তৰ লখিমপুৰ পথ চক্ৰৰ নিবিদা আহ্বান

গড়কাপ্টানীৰ উত্তৰ লখিমপুৰ পথ চক্ৰৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2020 3:35 PM GMT





নিবিদা বিচাৰি প্ৰেছ জাননী

গড়কাপ্টানী বিভাগৰ উত্তৰ লখিমপুৰ পথ চক্ৰৰ অধীক্ষক অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ ২০২০-২১ত এছ অ' পি ডিৰ অধীনত পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে। এই পথ নিৰ্মাণ ধেমাজি জিলাৰ জোনাইত হব। কাম ১৪টা। এই কাম জোনাই টেৰিটৰিয়েল ৰোড সংমণ্ডলত হব।

কামৰ মূল্যঃ ১৩৫২.৫৮ লাখ টকা(আনুমাণিক)।

ইয়াৰ সবিশেষ ২৫-০৯-২০২০ৰ পৰা https://assamtenders.gov.inত আৰু নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত কাৰ্যালয় চলি থকাৰ সময়ত চাব পাৰিব।


স্বাক্ষৰঃ অধীক্ষক অভিযন্তা, গড়কাপ্টানী বিভাগ, উত্তৰ লখিমপুৰ চক্ৰ, উত্তৰ লখিমপুৰ।

Next Story