এক্সকাভেটৰ বিক্ৰীৰ বাবে নিবিদা আহ্বান

এক্সকাভেটৰ বিক্ৰীৰ বাবে নিবিদা আহ্বান

              নিবিদা জাননী

এক্সিডেণ্টেল এক্সকাভেটৰ (এল এণ্ড টিৰ) বিক্ৰীৰ বাবে আগ্ৰহী ক্ৰেতাৰ পৰা বন্ধ নিবিদা আহ্বান কৰা হৈছে ৷ এই এক্সকাভেটৰৰ মডেলঃ PC300LC ৷ য'তে আছে ত'ত বিক্ৰী পদ্ধতিত এই এক্সকাভেটৰ বিক্ৰী কৰা হ'ব ৷ এই বিক্ৰী সামগ্ৰী অৰুণাচল প্ৰদেশৰ য়ুপিয়াৰ মেছাৰ্চ টি কে ইঞ্জিনীয়াৰিং এণ্টাৰপ্ৰাইজেছত আছে ৷ আগ্ৰহী ক্ৰেতাক এই জাননী প্ৰকাশৰ ১০দিন (দহ দিন)-ৰ ভিতৰত বন্ধ নিবিদা জমা দিবলৈ আহ্বান জনোৱা হ'ল ৷

যোগাযোগত থকা ব্যক্তিঃ আৰ আৰ দত্ত, ঘৰ নম্বৰঃ ১০৪, মাৰফটঃ ৰামনাথ ভট্টাচাৰ্য, উলুবাৰী, বি কে কাকতি পথ, গুৱাহাটী-৭৮১০০৭, ফোন নম্বৰঃ ৯৮৬৪০-৬০২৭২৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com