আজিৰ অসম
মালাইকা আৰোৰাই সুঠাম দেহৰ বাবে কৰা কিছু যোগাসন আপুনিও নিশ্চিত ভাৱে চেষ্টা কৰক
১৮ নৱেম্বৰ ২০২১
মালাইকা আৰোৰাই সুঠাম দেহৰ বাবে কৰা কিছু যোগাসন আপুনিও নিশ্চিত ভাৱে চেষ্টা কৰক
অনোলম বিলোমে অনাক্ৰম্যতা বৃদ্ধি কৰে আৰু হাঁওফাঁওৰ সক্ষমতা বঢ়াই
পেটৰ চৰ্বি কমোৱা, ভাৰসাম্যতা বৃদ্ধি কৰা, লগতে পিঠি আৰু ভৰিৰ শক্তি বঢ়োৱা আদিৰ বাবে অভিনেত্ৰী গৰাকীয়ে সঘনাই প'জ শ্বেয়াৰ কৰে
ছালৰ যত্নৰ বাবে উপযোগী তিনিটা প'জ তেওঁ সদায়ে শ্বেয়াৰ কৰে
অভিনেত্ৰী গৰাকীয়ে সঘনাই পেটৰ চৰ্বি কমুৱাৰ বাবে অনলাইন বৰ্কশ্বপ আৰু লাইভ চেট অনুস্থিত কৰে
সহজ এব ব্যায়াম সমূহ অভিনেত্ৰী গৰাকীৰ আমোদজনক বৰ্কআউটৰ ৰহস্য
নমনীয়তা বৃদ্ধিৰ বাবে তেওঁ কিছু প'জ শ্বেয়াৰ কৰে
ব্যয়ামৰ দ্বাৰা এক সুন্দৰ আঁটিল শৰীৰ লাভ কৰিবৰ বাবে সদায় ব্যায়াম কৰিবৰ কাৰণে অভিনেত্ৰী গৰাকীয়ে নিজৰ অনুৰাগী সকল সঘনাই উদগণি যোগায়