গুৱাহাটী, অসমৰ এগৰাকী বক্সাৰ। ৰিঅ' ২০১৬ অলিম্পিকত আসন দখল কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী মুষ্টিযোদ্ধা আৰু AIBA ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ ২০১৫ত তামৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ। AIBA পুৰুষ বিশ্ব পদমৰ্যাদাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল শিৱ থাপা। আৰু এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হোৱা প্ৰথম গৰাকী ভাৰতীয়।
মাংটে চুনেইজুং মেৰী কম
মেৰী কম নামেৰে খ্যাতি বক্সাৰ গৰাকীয়ে জন্মলাভ কৰিছিল মণিপুৰ ৰাজ্যত। ৱৰ্ল্ড এমেছিয়ৰ বক্সিং চেম্পিয়নশ্বিপত ৬বাৰ বিজয় লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ মহিলা হোৱাৰ লগতে, সৰ্বমুঠ ৭খন ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী মহিলা হৈছে মেৰী কম।