আৰু ১ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

বৰপেটা মেডিকেল কলেজ হাস্পতালত এজন লোকৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে
আৰু ১ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

আৰু ১ জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

অসমত বৃদ্ধি পাই আছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১৮৯জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি যোৱা নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত এজন লোকৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ফলত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৮৯ জনলৈ বৃদ্ধি পায় ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com