আজি ২৬ জুলাই, ২০২১ৰ নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল ঘোষিত হৈছে। ফলাফলৰ বাবে ইয়াত চাওক।
আজি ২৬ জুলাই, ২০২১ৰ নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল

নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল (লাইভ আপডেট) : ভাৰত চৰকাৰে লটাৰী খেলৰ বাবে অনুমোদন জনোৱা মাথোঁ ১৩ খন ৰাজ্যহে দেশত আছে। এই ৰাজ্যসমূহৰ অন্যতম হৈছে নগালেণ্ড । খেলৰ অনুমোদন থকা আনকেইখন ৰাজ্য হৈছেঃ অসম, চিকিম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, কেৰালা, গোৱা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, পঞ্জাৱ, পশ্চিমবংগ। ভাৰতৰ আন ৰাজ্যসমূহত লটাৰী খেল সম্পূৰ্ণৰূপে নিষিদ্ধ। আপুনি এই লটাৰীৰ ফলাফল চাব পাৰে - http://www.nagalandlotteries.com/-ত।

লটাৰীৰ পুৰস্কাৰসসমূহ


ধনৰ পুৰস্কাৰ


লটাৰীৰ নম্বৰসমূহ


নিচুকণি পুৰস্কাৰ


১,০০০টকা


ক্ৰম নম্বৰ মিল থকা টিকট থকাসকলে পাব

58450

দ্বিতীয় পুৰস্কাৰ

৯,০০০টকা


11874 31955 34197 34635 41110 45801 51097 81614 86327 99678


তৃতীয় পুৰস্কাৰ 

৫০০টকা


1970 3572 3620 4934 5171 6075 7258 8999 9373 9671

চতুৰ্থ পুৰস্কাৰ 

২৫০টকা 



0539 1089 1606 1608 2452 6760 7528 8301 9726 9751

পঞ্চম পুৰস্কাৰ 

১২০ টকা 


0137 1013 2256 3260 4002 5347 6597 7579 8244 9194

0155 1154 2294 3311 4138 5457 6613 7643 8298 9246

0223 1339 2351 3344 4347 5535 6699 7672 8304 9365

0297 1414 2454 3454 4378 5764 6823 7796 8512 9525

0313 1633 2500 3612 4841 5923 6983 7797 8693 9538

0428 1785 2663 3721 4909 6070 6991 7971 8696 9566

0524 1908 2745 3751 5112 6233 7066 8015 8722 9725

0541 2002 2894 3819 5114 6290 7116 8035 8774 9759

0939 2118 3121 3913 5149 6483 7158 8116 8911 9856

0958 2126 3204 3968 5172 6583 7371 8189 9040 9867





পুৰস্কাৰ বিজেতাসকলৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক ।

লটাৰীৰ পুৰস্কাৰসমূহ


ধনৰ পুৰস্কাৰ


লটাৰীৰ নম্বৰ


নিচুকণি পুৰস্কাৰ


এহেজাৰ টকা 


ক্ৰমিক নম্বৰ মিল থকা টিকট থকাসকলে পাব


দ্বিতীয় পুৰস্কাৰ

৯,০০০টকা 


তৃতীয় পুৰস্কাৰ      ৫০০ টকা 

  -


চতুৰ্থ পুৰস্কাৰ 

২৫০ টকা 


পঞ্চম পুৰস্কাৰ 

১২০ টকা 


পুৰস্কাৰ বিজেতাসকলৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক ।

নগালেণ্ড ৰাজ্যিক লটাৰী সংবাদঃ আপুনি অৱশ্যই মনত ৰাখিবলগীয়াখিনি নগালেণ্ডৰ ৰাজ্যিক লটাৰী সঞ্চালকে সপ্তাহটোৰ প্ৰতিটো দিনৰ বাবে লটাৰী টিকট মুকলি কৰে। ইয়াৰ প্ৰতিটো টিকটৰ মূল্য ৬ টকা। নগালেণ্ড ৰাজ্যিক লটাৰী কহিমাৰ পি আৰ জংচনত খেলোৱা হয়। নগালেণ্ড ৰাজ্যিক লটাৰী ৰাজ্যখনৰ লটাৰী সঞ্চালকে আয়োজন কৰে। আপুনি যদি ক্ৰয় কৰা টিকটত পুৰস্কাৰ লাভ কৰে, তেন্তে পুৰস্কাৰ সংগ্ৰহৰ বাবে নিম্নোক্ত নথিপত্ৰ দাখিল কৰিব লাগিব। ১. আপোনাৰ টিকত ( নষ্ট নোহোৱা আৰু একে থকা) , ২. অনলাইত উপলব্ধ দাবী প্ৰ-পত্ৰৰ কপি, 3. চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন ফটো পৰিচয়পত্ৰ আৰু , 4. পাছপোৰ্ট আকাৰৰ একপি ফটো। টোকা : ফটাচিটা বা বিবৰ্ণ টিকত কৰ্তৃপক্ষই গ্ৰহণ নকৰে।

দিনবোৰ

লটাৰীৰ নাম

প্ৰথম পুৰস্কাৰ


সোমবাৰ 

ডিয়েৰ ফ্লেমিংগো

২৬ লাখ টকা 

মঙলবাৰ


ডিয়েৰ পেৰট

২৬.০২লাখ টকা

বুধবাৰ 

ডিয়েৰ ইগল 

২৬.০২ লাখ টকা

বৃহস্পতিবাৰ

ডিয়েৰ ফেলকন 

২৬.০৩ লাখ টকা 

শুকুৰবাৰ 

ডিয়েৰ ভালচাৰ 

২৬.০৪ লাখ টকা 

শনিবাৰ 

ডিয়েৰ অষ্ট্ৰিক 

২৬.০৫ লাখ টকা 

দেওবাৰ  ডিয়েৰ হ'ক 

২৬.০৬ লাখ টকা। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com