আজি ১৪ জুন, ২০২১ৰ নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল ঘোষিত হৈছে। ফলাফলৰ বাবে ইয়াত চাওক।

নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল (লাইভ আপডেট) :  ভাৰত চৰকাৰে লটাৰী খেলৰ বাবে অনুমোদন জনোৱা মাথোঁ ১৩ খন ৰাজ্যহে দেশত আছে। এই ৰাজ্যসমূহৰ অন্যতম হৈছে নগালেণ্ড । খেলৰ অনুমোদন থকা আনকেইখন ৰাজ্য হৈছেঃ অসম, চিকিম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, কেৰালা, গোৱা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, পঞ্জাৱ, পশ্চিমবংগ। ভাৰতৰ আন ৰাজ্যসমূহত লটাৰী খেল সম্পূৰ্ণৰূপে নিষিদ্ধ। আপুনি এই লটাৰীৰ ফলাফল চাব পাৰে - http://www.nagalandlotteries.com/-ত। 

আজি ১৪ জুন, ২০২১ৰ পুৱাৰ নগালেণ্ড লটাৰীৰ সংবাদঃ ১১-৫৫ বজাত। 

আজি পুৱাৰ নগালেণ্ড লটাৰীৰ ফলাফল ঘোষিত হৈছে।  এই লটাৰীৰ প্ৰথম পুৰস্কাৰ এক কোটি টকাৰ। পুৰস্কাৰৰ ক্ৰমিক নম্বৰ হৈছেঃ  

লটাৰীৰ পুৰস্কাৰসসমূহ 

ধনৰ পুৰস্কাৰ              লটাৰীৰ নম্বৰ

নিচুকণি পুৰস্কাৰ

১ হেজাৰ টকা 


ক্ৰমিক নম্বৰ মিল থকা টিকট থকাসকলে পাব

দ্বিতীয় পুৰস্কাৰ

৯ হেজাৰ টকা


তৃতীয় পুৰস্কাৰ 

৫০০ টকা


চতুৰ্থ পুৰস্কাৰ

২৫০টকা


পঞ্চম পুৰস্কাৰ

১২০ টকা


পুৰস্কাৰ বিজেতাসকলৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক । 


আজি ১৪ জুন, ২০২১ৰ সন্ধিয়াৰ নগালেণ্ড লটাৰীৰ সংবাদঃ ১১-৫৫ বজাত@ 8:00 PM

শুভ সন্ধিয়া, আজি সন্ধিয়াৰ নগালেণ্ড লটাৰীৰ ফলাফল ঘোষিত হৈছে। এই লটাৰীৰ প্ৰথম পুৰস্কাৰ এক কোটি টকাৰ। পুৰস্কাৰৰ ক্ৰমিক নম্বৰ হৈছেঃ

লটাৰীৰ পুৰস্কাৰসসমূহ 

ধনৰ পুৰস্কাৰ  

 লটাৰীৰ নম্বৰ

নিচুকণি পুৰস্কাৰ

১ হেজাৰ টকা 


ক্ৰমিক নম্বৰ মিল থকা টিকট থকাসকলে পাব

দ্বিতীয় পুৰস্কাৰ

নহেজাৰ টকা


তৃতীয় পুৰস্কাৰ

৫০০ টকা


চতুৰ্থ পুৰস্কাৰ 

২৫০ টকা


পঞ্চম পুৰস্কাৰ

১২০ টকা


পুৰস্কাৰ বিজেতাসকলৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক । 

নগালেণ্ড ৰাজ্যিক লটাৰী সংবাদঃ আপুনি অৱশ্যই মনত ৰাখিবলগীয়াখিনি 

নগালেণ্ডৰ ৰাজ্যিক লটাৰী সঞ্চালকে সপ্তাহটোৰ প্ৰতিটো দিনৰ বাবে লটাৰী টিকট মুকলি কৰে। ইয়াৰ প্ৰতিটো টিকটৰ মূল্য ৬ টকা। নগালেণ্ড ৰাজ্যিক লটাৰী কহিমাৰ পি আৰ জংচনত খেলোৱা হয়।  নগালেণ্ড ৰাজ্যিক লটাৰী ৰাজ্যখনৰ লটাৰী সঞ্চালকে আয়োজন কৰে।  আপুনি যদি ক্ৰয় কৰা টিকটত পুৰস্কাৰ লাভ কৰে, তেন্তে  পুৰস্কাৰ সংগ্ৰহৰ বাবে নিম্নোক্ত নথিপত্ৰ দাখিল কৰিব লাগিব। 

  • ১. আপোনাৰ টিকত ( নষ্ট নোহোৱা আৰু একে থকা) ,

    ২. অনলাইত উপলব্ধ দাবী প্ৰ-পত্ৰৰ কপি,

    3. চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন ফটো পৰিচয়পত্ৰ আৰু ,

    4. পাছপোৰ্ট আকাৰৰ একপি ফটো।

    টোকা : ফটাচিটা বা বিবৰ্ণ টিকত কৰ্তৃপক্ষই গ্ৰহণ নকৰে।

নগালেণ্ডৰ লটাৰী খেলৰ সাপ্তাহিক সূচীঃ 

নগালেণ্ডৰ ৰাজ্যিক লটাৰী সাপ্তাহিক। যদি আপুনি এই লটাৰী খেলত অংশ লব বিচাৰে, তেন্তে ইয়াৰ সূচী তলত দিয়া হৈছেঃ 

দিনবোৰ

নাম 

প্ৰথম পুৰস্কাৰ

সোমবাৰ

ডিয়েৰ ফ্লেমিংগো 

২৬ লাখ টকা

মঙলবাৰ 

ডিয়েৰ পেৰট

২৬.০১টকা 

বুধবাৰ

ডিয়েৰ ইগল 

২৬.০৪ লাখ টকা

বৃহস্পতিবাৰ

ডিয়েৰ ফেলকন

২৬.০৩ লাখ টকা

শুকুৰবাৰ 

ডিয়েৰ ভালচাৰ

২৬.০৪ লাখ টকা

শনিবাৰ

ডিয়েৰ অষ্ট্ৰিক 

২৬.০৫ লাখ টকা

দেওবাৰ  ডিয়েৰ হ'ক

২৬.০৬ লাখ টকা।

নগালেণ্ড ৰাজ্যিক  লটাৰী সংবাদৰ  বিষয়ে প্ৰায়ে জানিব বিচৰা কথাবোৰ

FAQ: নগালেণ্ড ৰাজ্যিক লটাৰী সংবাদ বৈধ হয়নে

হয়, বৈধ।  দেশৰ কিছুমান ৰাজ্যত বৰ্তমানে লটাৰী বৈধ। .

FAQ:  নগালেণ্ড ৰাজ্যিক লটাৰীৰ সন্ধিয়াৰ ফলাফল কেতিয়া চাব পাৰি 

নগালেণ্ডৰ চৰকাৰী ৱেবছাইটত  প্ৰতিদিনে সন্ধিয়া ৬-৩০ বজাত । আমি ইয়াতো ফলাফল প্ৰকাশ কৰো।  

FAQ: এই লটাৰী কোনে পৰিচালনা কৰে 

এই লটাৰী ছিকিম আৰু নগালেণ্ড চৰকাৰে ।

FAQ: অনলাইনত এই লটাৰীৰ টিকট ক্ৰয় কৰিব পাৰিমনে

স্থানীয় এজেণ্টৰ পৰা ক্ৰয় কৰিব পাৰিব।

FAQ: কোনে এই লটাৰী টিকট ক্ৰয় কৰিব পাৰে

যিকোনো ব্যক্তিয়ে। কিন্তু তাৰ বাবে ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। এই প্ৰমাণপত্ৰ পুৰস্কাৰ সংগ্ৰহৰ সময়ত দেখুৱাব লাগিব। ,

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com