আৰু ৩৯জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৬৬লৈ বৃদ্ধি

য়াৰে ৩৫ জন গোলাঘাটৰ, তিনিজন ধেমাজিৰ আৰু এজন নগাঁৱৰ।
আৰু ৩৯জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৬৬লৈ বৃদ্ধি

আৰু ৩৯জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৬৬লৈ বৃদ্ধি

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪৬৬জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৩৯জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে ৩৫ জন গোলাঘাটৰ, তিনিজন ধেমাজিৰ আৰু এজন নগাঁৱৰ।ইয়াৰে লগে লগে ৰাজ্যত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ৪০২জনলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com