উত্তৰ-বহী মূল্যাংকণঃ উত্তৰ-পূবত পুনৰ খোলা হ'ব চি বি এছ চিৰ স্কুল

উত্তৰ-বহী পুনৰীক্ষণৰ উদ্দেশ্য উত্তৰ-পূবৰ গ্ৰীণ আৰু অৰেঞ্জ জনসমূহত ৭০ৰ পৰা ৮০খন স্কুল খোলা হব।
উত্তৰ-বহী মূল্যাংকণঃ উত্তৰ-পূবত পুনৰ খোলা হ'ব চি বি এছ চিৰ স্কুল

দশম-দ্বাদশৰ উত্তৰ-বহী পুনৰীক্ষণঃ উত্তৰ-পূবত পুনৰ খোলা হ'ব চি বি এছ চিৰ স্কুল

দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাসমূহৰ উত্তৰবহীৰ মূল্যাংকণৰ উদ্দেশ্য উত্তৰ-পূবত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড(চি বি এচ চি)ৰ ৭০ ৰ পৰা ৮০খন স্কুল খোলা হ'ব। এই কথা জানিবলৈ দিছে চি বি এছ চিৰ গুৱাহাটীৰ সঞ্চালক কে কে চৌধুৰীয়ে।সঞ্চালক চৌধুৰীয়ে দ্য ছেণ্টিনেল ডিজিটেলক কয় যে উত্তৰ-বহী পুনৰীক্ষণৰ উদ্দেশ্য উত্তৰ-পূবৰ গ্ৰীণ আৰু অৰেঞ্জ জনসমূহত ৭০ৰ পৰা ৮০খন স্কুল খোলা হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com