ক'ৰ'না মহামাৰীঃ চতুৰ্থ পৰ্যায়ৰ ল'ক-ডাউনৰ ইংগিত মোদীৰ

তুৰ্থ পৰ্যায়ৰ ল’ক-ডাউনৰ নীতি সুকীয়া হ’ব বুলি ভাষণত মোদীয়ে উল্লেখ কৰে
ক'ৰ'না মহামাৰীঃ চতুৰ্থ পৰ্যায়ৰ ল'ক-ডাউনৰ ইংগিত মোদীৰ

ক'ৰ'না মহামাৰীঃ চতুৰ্থ পৰ্যায়ৰ ল'ক-ডাউনৰ ইংগিত মোদীৰ

দেশত ক্ৰমে জটিল ৰূপ ধাৰণ কৰা ক'ৰ'না মহামাৰী প্ৰতিহত কৰাৰ উদ্দেশ্য অচিৰেই ঘোষিত হ'ব পাৰে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ বা ল'ক-ডাউন ৷ অহা ১৭মে'ত দেশজোৰা তলাবন্ধৰ অন্ত পৰিব ৷ ইয়াৰ পিছদিনাৰ পৰা চতুৰ্থ পৰ্যায়ৰ ল'ক-ডাউন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ আজি নিশা ৮ বজাত দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ ইংগিত দিয়ে ৷ অৱশ্যে চতুৰ্থ পৰ্যায়ৰ ল'ক-ডাউনৰ নীতি সুকীয়া হ'ব বুলি ভাষণত মোদীয়ে উল্লেখ কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com