পোলেন্ডৰ বিৰুদ্ধে হাৰিও নকআউটত জাপান

পোলেন্ডৰ বিৰুদ্ধে হাৰিও নকআউটত জাপান

ভলভ'গ্ৰেড এৰেনা ষ্ট্ৰেডিয়ামত বৃহস্পতিবাৰে অনুস্থিত গ্ৰুপ এইচ'ৰ পোলেণ্ড আৰু জাপানৰ মাজত হোৱা এখন খেলত এচিয়াৰ শক্তি জাপান পোলেন্ডৰ বিৰুদ্ধে ০-১ গ'লত পৰাস্ত হয়।৫৯ মিনিটত জান বেডনাৰেকৰ এক দাৰ্শনীয় গ'লেৰে পোলেন্ডে অগ্ৰগতি লাভ কৰে।পৰাজয়ৰ পাছতো প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে জাপানে।কলম্বিয়া গ্ৰুপ এইচ'ৰ পৰা নকআউটত পোৱাৰ বিপৰিতে জাপান আৰু চেনেগালৰ পইন্ট সমান আছিল যদিও শৃখলাবদ্ধ দল হিচাবে নকআউটত স্থান লাভ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com