খেলো ইণ্ডিয়া ইষ্ট জ'নত সোণৰ পদকৰ বাবে যুঁজিব ২৫ গৰাকী বক্সাৰ

কাইলৈ ছাই স্প'ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ'ব সকলো ফাইনেল আৰু ইয়াৰ পিছতে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব
খেলো ইণ্ডিয়া ইষ্ট জ'নত সোণৰ পদকৰ বাবে যুঁজিব ২৫ গৰাকী বক্সাৰ
Published on

গুৱাহাটীঃ খেলো ইণ্ডিয়া ইষ্ট জ'ন জুনিয়ৰ আৰু ইউথ গাৰ্লছ বক্সিঙত অসমৰ মুঠ ২৫ গৰাকী বক্সাৰে সোণৰ পদকৰ বাবে যুঁজ দিব। কাইলৈ ছাই স্প'ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ'ব সকলো ফাইনেল আৰু ইয়াৰ পিছতে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com