খেলো ইণ্ডিয়া জুনিয়ৰ আৰু যুৱ ছোৱালী বক্সিংত ৫ গৰাকী ৰাজ্যিক বক্সাৰে পদক নিশ্চিত কৰিছে

গুৱাহাটীৰ এছ এ আই স্প’ৰ্টছ কমপ্লেক্সত খেলো ইণ্ডিয়া জুনিয়ৰ আৰু ইউথ গাৰ্লছ বক্সিঙত ৫ গৰাকী ৰাজ্যিক বক্সাৰে পদক নিশ্চিত কৰে
খেলো ইণ্ডিয়া জুনিয়ৰ আৰু যুৱ ছোৱালী বক্সিংত ৫ গৰাকী ৰাজ্যিক বক্সাৰে পদক নিশ্চিত কৰিছে
Published on

গুৱাহাটীঃGUWAHATI মহানগৰীৰ ছাই স্প'ৰ্টছ কমপ্লেক্সত কালি খেলো ইণ্ডিয়া জুনিয়ৰ আৰু ইউথ গাৰ্লছ বক্সিঙত ৫ গৰাকী ৰাজ্যিক বক্সাৰে পদক নিশ্চিত কৰে। নিজৰ নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে পাঁচোজন বক্সাৰে। কালি পদক নিশ্চিত কৰা পাঁচগৰাকী বক্সাৰৰ ভিতৰত তিনিগৰাকী যুৱ শাখাৰ আৰু তেওঁলোক হৈছে ইলাজ্যোতি পেগু (৪৬ কেজি), ৰিম্পী পেগু (৪৮ কেজি) আৰু ভাৰত কুমাৰী (৫০ কেজি)। আনহাতে পুণ্যবাতি কলিতা (৫২ কেজি) আৰু মাইনাও বড়ো (৫৪ কেজি)য়েও যুৱ শাখাত প্ৰতিযোগিতাখনৰ শেষৰ চাৰিটা পৰ্যায়ত প্ৰৱেশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com