খেলৰ পৃথিৱী
ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰিলে ASJA
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অসম ক্ৰীড়া সাংবাদিক সন্থাই মিৰ্জাত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে
গুৱাহাটীঃ অসমৰ ক্ৰীড়া সাংবাদিকতাৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আজি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অসম ক্ৰীড়া সাংবাদিক সন্থাই মিৰ্জাত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।
লগতে পঢ়ক:অসম জয়ী ৯ টা পদক

