ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰিলে ASJA

দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অসম ক্ৰীড়া সাংবাদিক সন্থাই মিৰ্জাত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে
ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰিলে ASJA
Published on: 

গুৱাহাটীঃ অসমৰ ক্ৰীড়া সাংবাদিকতাৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আজি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অসম ক্ৰীড়া সাংবাদিক সন্থাই মিৰ্জাত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com