Begin typing your search above and press return to search.

খেলো ইণ্ডিয়া ইষ্ট জোনত অসমে দ্বিতীয় স্থান দখল কৰিছে

ছাই কমপ্লেক্সৰ খেলো ইণ্ডিয়া ইষ্ট জ’নৰ জুনিয়ৰ গাৰ্লছ আৰু ইউথ উইমেন বক্সিংত অসমে দ্বিতীয় স্থান দখল কৰে

খেলো ইণ্ডিয়া ইষ্ট জোনত অসমে দ্বিতীয় স্থান দখল কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2022 12:37 PM GMT

গুৱাহাটীঃ মহানগৰীৰ ছাই স্প'ৰ্টছ কমপ্লেক্সত কালি সমাপ্ত হোৱা খেলো ইণ্ডিয়া ইষ্ট জ'ন জুনিয়ৰ গাৰ্লছ এণ্ড ইউথ উইমেন বক্সিংত অসমে দ্বিতীয় স্থান দখল কৰে। আয়োজকে ৫টা সোণ, ৮টা ৰূপ আৰু ১৫টা ব্ৰঞ্জকে ধৰি ২৮টা পদক লাভ কৰে। মণিপুৰ চেম্পিয়ন হৈ পৰাৰ লগতে তৃতীয় স্থান দখল কৰে মিজোৰাম।

লগতে পঢ়ক: দিলীপ তিৰ্কী হকী ইণ্ডিয়াৰ সভাপতি নিৰ্বাচিত

Next Story