বি ডব্লিউ এফ(BWF) বাতিল হংকং, মাকাউ মুকলি

এইচ কে বি এয়ে চৰকাৰী কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ বাবে কিছুমান নিষেধাজ্ঞা লাঘৱ কৰাৰ ক্ষেত্ৰত বিশেষ অনুমোদন বিচাৰিছিল।
বি ডব্লিউ এফ(BWF) বাতিল হংকং, মাকাউ মুকলি
Published on

কুয়ালালামপুৰ,(KUALA LUMPUR) ১ ছেপ্টেম্বৰঃ বৃদ্ধি পোৱা Covid-19 পৰিস্থিতি আৰু কোৱাৰেন্টাইন ব্যৱস্থাৰ জটিলতাৰ বাবে বৃহস্পতিবাৰে হংকং অ'পেন ২০২২ (ছুপাৰ ৫০০) আৰু মাকাউ অ'পেন ২০২২ (ছুপাৰ ৩০০) বাতিল কৰে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনে।

'হংকঙত চলি থকা Covid-19 পৰিস্থিতি আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থাৰ জটিলতাৰ পোহৰত হংকং বেডমিণ্টন এছ'চিয়েশ্যনে (HKBA) চৰকাৰী কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ বাবে কিছুমান নিষেধাজ্ঞা লাঘৱ কৰাৰ ক্ষেত্ৰত বিশেষ অনুমোদন বিচাৰিছিল।' এটা বিবৃতিত।

কিন্তু বহিঃৰাজ্যৰ সকলো দৰ্শনাৰ্থীৰ বাবে এতিয়াও কোৱাৰেণ্টাইন নিষেধাজ্ঞাৰ প্ৰয়োজনীয়তা থকাৰ বাবে এইচ কে বি এয়ে এই সিদ্ধান্তত উপনীত হয় যে প্ৰতিযোগিতাখন বাতিল কৰাৰ বাহিৰে আন কোনো কাৰ্য্যকৰী বিকল্প নাই। আইএএনএছ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com