সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতাত নাম গুৱাহাটী দবা দল (Chess Championship)

১ অক্টোবৰৰ পৰা যোৰহাটত অনুষ্ঠিত হ'বলগীয়া আগন্তুক সদৌ অসম আন্তঃ জিলা দবা চেম্পিয়নছিত গুৱাহাটীৰ ২৮ জনীয়া দলে অংশগ্ৰহণ কৰিব
সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতাত নাম গুৱাহাটী দবা দল (Chess Championship)
Published on

গুৱাহাটীঃ ১ অক্টোবৰৰ পৰা যোৰহাটত অনুষ্ঠিত হ'বলগীয়া আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপ (জুনিয়ৰ আৰু মহিলা)ত গুৱাহাটীৰ ২৮ জনীয়া এটা দলে অংশগ্ৰহণ কৰিব।

অনূৰ্ধ্ব ৯ ল'ৰা : আৰোহন, কৃষ্ণৱ মৃন্ময়, ৰজত বাফনা, নীহৰ দাস।

অনূৰ্ধ্ব ৯ ছোৱালী : ঋতিষা ময়ৰা ৰাজবংশী, শ্ৰীস্তি ৰূপা ৰায়, আয়ুস্মিতা পল।

অনূৰ্ধ্ব ১১ ল'ৰা: তন্ময় ৰাজবংশী, জগজিৎ সিনহা, জয়ৰাজ বৰ্মন, এমিল বৰগোহাঞি।

অনূৰ্ধ্ব ১১ ছোৱালী: তামান্না শৰ্মা, হৃদিকা দাস।

১৩ বছৰ অনুৰ্ধৰ ল'ৰা- হিমানীশ শৰ্মা, শুৱং প্ৰাণ কাশ্যপ, প্ৰিয়নুজ দাস, সুহন পাতি।

১৩ বছৰ অনুৰ্ধ (ছোৱালী): আফশ্বীন আফছা জামান, ইক্ষিতা বৰ্মন, দৈজী দত্ত।

১৫ বছৰ অনুৰ্ধ (ল'ৰা): শুভম ভট্টাচাাৰ্জী, নলিনাখ্যা কাশ্যপ।

মহিলা: ৰীচা বুজাৰ বৰুৱা, শিৱাংগীপ্ৰিয়া কাশ্যপ, শিখামনি কলিতা, স্তুতি শৰ্মা ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com