Begin typing your search above and press return to search.

কাজিৰঙা হিৰোজ, বৰাক ব্ৰেভহাৰ্টছ জয়

আজি আমিনগাঁও ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা অসম টি-২০ চেলেঞ্জাৰছ ট্ৰফীত কাজিৰঙা হিৰোজ আৰু বৰাক ব্ৰেভহাৰ্টছে নিজ নিজ খেলত জয়লাভ কৰে।

কাজিৰঙা হিৰোজ, বৰাক ব্ৰেভহাৰ্টছ জয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2022 11:17 AM GMT

গুৱাহাটী, ১ ছেপ্টেম্বৰঃ আজি আমিনগাঁও ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা অসম টি-২০ চেলেঞ্জাৰছ ট্ৰফীত কাজিৰঙা হিৰোজ আৰু বৰাক ব্ৰেভহাৰ্টছ দলে নিজ নিজ খেলত জয়লাভ কৰে। ভিজেডি পদ্ধতিৰে দিহিং পাটকাইক ৮ উইকেটত পৰাস্ত কৰে কাজিৰঙা হিৰোজে। আনখন খেলত বৰাক ব্ৰেভহাৰ্টছে ব্ৰহ্মপুত্ৰ বয়ছক ৫ উইকেটত পৰাস্ত কৰে। বিজয়ী দলটোৰ বাবে ধৰণী ৰাভা (৫-১২) আৰু ৰাহুল হাজৰিকা (৪৫) প্ৰধান অৰিহণা যোগোৱাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ বয়ছৰ হৈ ৰাহুল সিং (৩-১৬) আৰু পল্লৱ কুমাৰ দাসে (৩২) শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ওলাই আহিছিল।

লগতে পঢ়কঃআজাৰেঙ্কা ৰম্পছ পাষ্ট(Azarenka Romps Past Kostyuk ) কোষ্টয়ুক তৃতীয় ৰাউণ্ডত

Next Story
চাকৰি