নেহৰু ষ্টেডিয়ামত 'এ' ডিভিজন লীগত নাৰেংগী স্পৰ্টছ ক্লাব জয়

নেহৰু ষ্টেডিয়ামত 'এ' ডিভিজন লীগত নাৰেংগী স্পৰ্টছ ক্লাব জয়

নৰেংগীৰ হৈ ৰোহন চেত্ৰী আৰু চন্দন ব্ৰহ্মই (২) গ'ল কৰাৰ বিপৰীতে ৰণদীপ খাখলাৰী আৰু সুৰজ ৰাভা কামৰূপাৰ হৈ স্কোৰাৰ আছিল
Published on

গুৱাহাটীঃ নেহৰু ষ্টেডিয়ামত আজি জিবেশ্বৰ গোস্বামী 'এ' ডিভিজন ফুটবল লীগত নাৰেংগী স্প'ৰ্টছ ক্লাবে কামৰূপা এফ চিক ৩-২ গ'লত পৰাস্ত কৰে। নাৰেংগীৰ হৈ ৰোহন ছেত্ৰী আৰু চন্দন ব্ৰহ্মই (২) গ'ল দিয়াৰ বিপৰীতে কামৰূপৰ হৈ ৰনদীপ খাখলাৰী আৰু সুৰজ ৰাভাই গ'ল দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com