Begin typing your search above and press return to search.
সুবনশিৰি, কাজিৰঙা(Subansiri, Kaziranga) উইন
সুবনশিৰীয়ে দিহিং পাটকাই ৰাইডাৰ্ছক ৬ উইকেটত পৰাস্ত কৰে। আনখন খেলত কাজিৰঙা হিৰোজে ব্ৰহ্মপুত্ৰ বয়ছৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰে।

গুৱাহাটী,( GUWAHAT)৫ ছেপ্টেম্বৰঃ আজি আমিনগাঁও ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা অসম টি-২০ চেলেঞ্জাৰছ ট্ৰফী ক্ৰিকেটত সুবনশিৰি চেম্পছ আৰু কাজিৰঙা হিৰোছৰ মাজত জয়ী হয়। সুবনশিৰীয়ে দিহিং পাটকাই ৰাইডাৰ্ছক ৬ উইকেটত পৰাস্ত কৰে। আনখন খেলত কাজিৰঙা হিৰোজে ব্ৰহ্মপুত্ৰ বয়ছৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰে। মেচখনত ব্ৰহ্মপুত্ৰ বয়ছৰ ছিব শংকৰ ৰয় (৫৩) আৰু কাজিৰঙাৰ নিহাৰ নাৰাহে (৫৬) অৰ্ধশতক অৰ্জন কৰে।
লগতে পঢ়ক:ছুপাৰ ছিৰিজ টেনিছ(Tennis) আৰম্ভ
Next Story