গুৱাহাটীঃ কাইলৈ বৰসপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব টি-২০ মহিলা চেলেঞ্জাৰছ ট্ৰফীৰ ফাইনেল। দুপৰীয়া ১২-৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ফাইনেলত সুবনশিৰি চেম্পছৰ মুখামুখি হ'ব দিগাৰু বিৰাংগনাছ।
লগতে পঢ়ক:এছএএফএফ(SAFF) মহিলা চেম্পিয়নশ্বিপত ভাৰত, বাংলাদেশৰ হাতত পৰাজয়