Begin typing your search above and press return to search.

আজি ১ অক্টোবৰ, ২০২১-ৰ বড়োলেণ্ড লটাৰীৰ ফলাফল

দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। বড়োলেণ্ড লটাৰীৰ ফলাফল ঘোষিত হৈছে। ফলাফলৰ বাবে ইয়াত চাওক।

আজি ১ অক্টোবৰ, ২০২১-ৰ বড়োলেণ্ড লটাৰীৰ ফলাফল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Oct 2021 10:13 AM GMT

বড়োলেণ্ড লটাৰীৰ ফলাফল (লাইভ আপডেট) : বড়োলেণ্ড লটাৰী অসমৰ ৰাজ্যিক লটাৰীৰ বাহিৰৰ লটাৰী খেল । ইয়া বৈধ আৰু এই লটাৰী বড়ো টেৰিটৰিয়েল কাউন্সিলৰ সচিবালয়ে পৰিচালনা কৰে। ই বি টি চিৰ অন্তৰ্গত। বড়োলেণ্ড লটাৰীৰ ফলাফল https://bodolotteries.com- এই ৱেবছাইটত চাওক।.

বড়োলেণ্ড পুৱাৰ লটাৰীৰ ফলাফল-৩০ ছেপ্টেম্বৰৰ দিনৰ ১২ বজাত। ইয়াত পুৱাৰ বড়োলেণ্ড লটাৰীৰ ফলাফল আছে। শেহতীয়া বড়োলেণ্ড লটাৰীৰ ফলাফল আৰু বিজয়ীৰ নম্বৰ তালিকা চাওক।

লটাৰীৰ পুৰস্কাৰসমূহ


ধনৰ পুৰস্কাৰ

লটাৰীৰ নম্বৰসমূহ

নিচুকণি পুৰস্কাৰ

এহেজাৰ টকা

ক্ৰম নম্বৰ মিলা টিকট থকাসকল

দ্বিতীয় পুৰস্কাৰ

৯,০০০টকা


তৃতীয় পুৰস্কাৰ

৫০০ টকা


চতুৰ্থ পুৰস্কাৰ

২৫০টকা


পঞ্চম পুৰস্কাৰ

১২০ টকা


বিজেতাৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক ।

আজিৰ সন্ধিয়াৰ বডো়লেণ্ড লটাৰীৰ ফলাফলঃ ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাত।

xxx xxxxx

লটাৰীৰ পুৰস্কাৰসমূহ

পুৰস্কাৰৰ ধন

লটাৰীৰ নম্বৰসমূহ

নিচুকণি পুৰস্কাৰ

১০০০টকা

ক্ৰমিক নম্বৰ মিলা টিকট থকাসকল

দ্বিতীয় পুৰস্কাৰ

৯,০০০টকা


তৃতীয় পুৰস্কাৰ

৫০০ টকা


চতুৰ্থ পুৰস্কাৰ

২৫০ টকা


পঞ্চম পুৰস্কাৰ

১২০ টকা


বিজেতাৰ নম্বৰসমূহৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক।

বড়োলেণ্ড লটাৰী খেলৰ বিষয়ে কিঞ্চিতঃ

বড়োলেণ্ড বা চৰকাৰীভাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হৈছে অসমৰ এটা স্বায়ত্বশাসিত অঞ্চল। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূটান পাহাৰৰ পাদদেশৰ চাৰিখন জিলাৰে গঠিত। আমি দৈনিক বডোলেণ্ড লটাৰীৰ ফলাফল প্ৰকাশ কৰিছো।

এই লটাৰী খেলৰ কিছুমানৰ নাম হৈছেঃ Day Thangam, Evening Thangam, Singam, Kuil, Rosa, Deer, Thangam, Nallaneram, Kumaran, Vishnu & Swarnalaxmi.

ব়ড়োলেণ্ড লটাৰীৰ ফলাফলঃ প্ৰায়ে জানিব বিচৰা কথাবোৰ 1. ক'ত মই বড়োলেণ্ড লটাৰীৰ ফলাফল চাব পাৰিম ? আপুনি এই ৱেবছাইট http://bodolotteries.com/results.html চাব পাৰিব। 2. বড়োলেণ্ড লটাৰীৰ ফলাফল কেতিয়া ঘোষিত হয় চৰকাৰী ৱেবছাইটত দুপৰীয়া ১২ বজা, বিয়লি তিনি বজা আৰু সন্ধিয়া ৭ বজাত ফলাফল ঘোষিত হয় । 3. বড়োলেণ্ড লটাৰীৰ প্ৰথম পুৰস্কাৰ কিমানৰ বড়োলেণ্ড লটাৰীৰ প্ৰথম পুৰস্কাৰ এক লাখ টকাৰ।

Next Story
চাকৰি