

নগালেণ্ড ৰাজ্যিক লটাৰীৰ ফলাফল (লাইভ আপডেট) : ভাৰত চৰকাৰে লটাৰী খেলৰ বাবে অনুমোদন জনোৱা মাথোঁ ১৩ খন ৰাজ্যহে দেশত আছে। এই ৰাজ্যসমূহৰ অন্যতম হৈছে নগালেণ্ড । খেলৰ অনুমোদন থকা আনকেইখন ৰাজ্য হৈছেঃ অসম, চিকিম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, কেৰালা, গোৱা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, পঞ্জাৱ, পশ্চিমবংগ। ভাৰতৰ আন ৰাজ্যসমূহত লটাৰী খেল সম্পূৰ্ণৰূপে নিষিদ্ধ। আপুনি এই লটাৰীৰ ফলাফল চাব পাৰে - http://www.nagalandlotteries.com/-ত।
| 
                 লটাৰীৰ পুৰস্কাৰসসমূহ  | 
            
                 ধনৰ পুৰস্কাৰ  | 
            
                 লটাৰীৰ নম্বৰসমূহ  | 
        
| 
                 নিচুকণি পুৰস্কাৰ  | 
            
                 ১,০০০টকা  | 
            
                 ক্ৰমিক নম্বৰ মিল থকা টিকট থকাসকলে পাব  | 
        
| 
                 দ্বিতীয় পুৰস্কাৰ  | 
            
                 ৯,০০০টকা  | 
            
                 | 
        
| 
                 তৃতীয় পুৰস্কাৰ  | 
            
                 ৫০০টকা  | 
            
                 | 
        
| 
                 চতুৰ্থ পুৰস্কাৰ  | 
            
                 ২৫০টকা  | 
            
                 | 
        
| 
                 পঞ্চম পুৰস্কাৰ  | 
            
                 ১২০ টকা  | 
            
পুৰস্কাৰ বিজেতাসকলৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক ।
| 
                     লটাৰীৰ পুৰস্কাৰসমূহ  | 
                
                     ধনৰ পুৰস্কাৰ  | 
                
                     লটাৰীৰ নম্বৰ  | 
            
| 
                     নিচুকণি পুৰস্কাৰ  | 
                
                     এহেজাৰ টকা  | 
                
                     ক্ৰমিক নম্বৰ মিল থকা টিকট থকাসকলে পাব  | 
            
| 
                     দ্বিতীয় পুৰস্কাৰ  | 
                
                     ৯,০০০টকা  | 
                
                     | 
            
| 
                     তৃতীয় পুৰস্কাৰ ৫০০ টকা  | -  | 
                
                     | 
            
| 
                     চতুৰ্থ পুৰস্কাৰ  | 
                
                     ২৫০ টকা  | 
                
                     | 
            
| 
                     পঞ্চম পুৰস্কাৰ  | 
                
                     ১২০ টকা  | 
                
                     | 
            
পুৰস্কাৰ বিজেতাসকলৰ নম্বৰৰ মাজত আপোনাৰ নম্বৰ পৰীক্ষা কৰক ।
নগালেণ্ড ৰাজ্যিক লটাৰী সংবাদঃ আপুনি অৱশ্যই মনত ৰাখিবলগীয়াখিনি নগালেণ্ডৰ ৰাজ্যিক লটাৰী সঞ্চালকে সপ্তাহটোৰ প্ৰতিটো দিনৰ বাবে লটাৰী টিকট মুকলি কৰে। ইয়াৰ প্ৰতিটো টিকটৰ মূল্য ৬ টকা। নগালেণ্ড ৰাজ্যিক লটাৰী কহিমাৰ পি আৰ জংচনত খেলোৱা হয়। নগালেণ্ড ৰাজ্যিক লটাৰী ৰাজ্যখনৰ লটাৰী সঞ্চালকে আয়োজন কৰে। আপুনি যদি ক্ৰয় কৰা টিকটত পুৰস্কাৰ লাভ কৰে, তেন্তে পুৰস্কাৰ সংগ্ৰহৰ বাবে নিম্নোক্ত নথিপত্ৰ দাখিল কৰিব লাগিব। ১. আপোনাৰ টিকত ( নষ্ট নোহোৱা আৰু একে থকা) , ২. অনলাইত উপলব্ধ দাবী প্ৰ-পত্ৰৰ কপি, 3. চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন ফটো পৰিচয়পত্ৰ আৰু , 4. পাছপোৰ্ট আকাৰৰ একপি ফটো। টোকা : ফটাচিটা বা বিবৰ্ণ টিকত কৰ্তৃপক্ষই গ্ৰহণ নকৰে।
| 
                 দিনবোৰ  | 
            
                 লটাৰীৰ নাম  | 
            
                 প্ৰথম পুৰস্কাৰ  | 
        
| 
                 সোমবাৰ  | 
            
                 ডিয়েৰ ফ্লেমিংগো  | 
            
                 ২৬ লাখ টকা  | 
        
| 
                 মঙলবাৰ  | 
            
                 ডিয়েৰ পেৰট  | 
            
                 ২৬.০২লাখ টকা  | 
        
| 
                 বুধবাৰ  | 
            
                 ডিয়েৰ ইগল  | 
            
                 ২৬.০২ লাখ টকা  | 
        
| 
                 বৃহস্পতিবাৰ  | 
            
                 ডিয়েৰ ফেলকন  | 
            
                 ২৬.০৩ লাখ টকা  | 
        
| 
                 শুকুৰবাৰ  | 
            
                 ডিয়েৰ ভালচাৰ  | 
            
                 ২৬.০৪ লাখ টকা  | 
        
| 
                 শনিবাৰ  | 
            
                 ডিয়েৰ অষ্ট্ৰিক  | 
            
                 ২৬.০৫ লাখ টকা  | 
        
| দেওবাৰ | ডিয়েৰ হ'ক | 
                 ২৬.০৬ লাখ টকা।  |