Begin typing your search above and press return to search.

দিল্লী মেট্ৰ' ষ্টেচনতে নামাজ পঢ়িলে এজনেঃ ইণ্টাৰনেটত ভিডিঅ' ভাইৰেল

নামাজ পঢ়িবলৈ তেওঁ ষ্টেচনৰ পকী মজিয়াত এখন কাপোৰ পাৰি লৈছে ৷

দিল্লী মেট্ৰ ষ্টেচনতে নামাজ পঢ়িলে এজনেঃ ইণ্টাৰনেটত ভিডিঅ ভাইৰেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2021 8:12 AM GMT

দিল্লী মেট্ৰ' ৰেল ষ্টেচনত এজন লোকে নামাজ পঢ়াৰ এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে ৷ ভিডিঅ'টোক লৈ বিভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিয়ে সদাব্যস্ত মেট্ৰ' ৰে'ল ষ্টেচনটোৰ এটা চুকত বহি নামাজ পঢ়ি আছে ৷

এই দৃশ্য একাংশ লোকে লক্ষ্যও কৰিছে ৷ লোকজনে ধৰ্মীয় আচাৰ অনুসৰি নামাজ পঢ়ি দেখা গৈছে ৷ নামাজ পঢ়িবলৈ তেওঁ ষ্টেচনৰ পকী মজিয়াত এখন কাপোৰ পাৰি লৈছে ৷ তেওঁ এনেদৰে নামাজ পঢ়াক লৈ ইণ্টাৰনেটত ভিন্ন চৰ্চা হৈছে।


আৰু পঢ়িব পাৰেঃ জামিন বিচাৰি বম্বে উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ আৰয়ান খান

Next Story
চাকৰি