নগাঁওৰ পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি

নগাঁওৰ পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি

নগাঁওৰ শিঙৰাপট্টীৰ এইচ পি পেট্ৰল পাম্পত গ্ৰাহকক তেল কমাই দিয়াৰ গুৰুতৰ অভিযোগ তেল ডিপোৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ৫০০ টকা তেল ভৰালেও গাড়ী টেংকীত নাথাকে তেল নাথাকে বুলি অভিযোগ কৰে গ্ৰাহক সকলে৷ দীৰ্ঘদিনৰ পৰা গ্ৰাহকক ৰাম ঠগন দি আহিছিল স্বত্বাধিকাৰী বুড্ডুলাল গোৰোধন দাসৰ তেল ডিপোটোৱে ৷ মংগলবাৰে বিয়লি হাতে লুটে ধৰা পৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ একাংশ উত্তেজিত লোকে পেট্ৰল পাম্পৰ অাজবাব ভাঙি লণ্ড-ভণ্ড কৰে ।কামপুৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ দুদিনৰ বাবে পাম্মটো বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com