মহিলা গ্ৰেপ্তাৰ

মহিলা গ্ৰেপ্তাৰ
Published on: 

যোৱা সোমবাৰে ভৰলুমুখ আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ থকা ছয় খন মোনাৰ সৈতে ৰুকিয়া বেগম নামৰ মহিলা গৰাকীক গুৱাহাটীৰ ভূটনাথৰ পৰা গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে মহিলা গৰাকী হাজোৰ নিৱাসী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com