সোণাৰিত উৎকোচ লৈ হাটে-লোটে ধৰা পৰি আবকাৰী হাৱালডাৰ

সোণাৰিত উৎকোচ লৈ হাটে-লোটে ধৰা পৰি আবকাৰী হাৱালডাৰ

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত অবৈধ সুৰা আৰু দ্ৰাগছ্ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি থকা অৱস্হাত স্থানীয় ৰাইজে আটক কৰিলে চৰাইদেউ জিলা আৱকাৰী বিভাগৰ এজন কৰ্মী।নামতোলা হাতীকেম্প,লাহদৈগড় এলেকাৰ অবৈধ সুৰা আৰু দ্ৰাগছ্ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি থাকোতে ৰাইজৰ হাটে-লোটে আটক কৰে সুখেশ্বৰ ফুকন নামৰ আৱকাৰী বিভাগৰ কৰ্মী জনক।ক্ষোভিত ৰাইজে অভিযুক্তক গতালে নামতোলা আৰক্ষীক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com