হাটশিঙিমাৰীত চিপ-জৰি লৈ আত্মহত্যা এজন যুৱকৰ

হাটশিঙিমাৰীত চিপ-জৰি লৈ আত্মহত্যা এজন যুৱকৰ

দঃশালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী গাৱঁৰ আব্দুল কৰিম খন্দকাৰ পুত্ৰ আশাদ আলী খন্দকাৰ (২০)যোৱাকালি চিপ-জৰিলৈ আত্মহত্যা কৰে ৷ ঘৰৰ মানুহে কোৱা মতে অনুমান ৩ বজাত আশাদ আলী খন্দকাৰে (২০) তেওঁৰ নিজা ঘৰত চিপ-জৰি লৈ আত্মহত্যা কৰে । হাটশিঙিমাৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল ৷ সম্প্ৰতি আৰক্ষীয়ে মৃত্যু দেহটো মৰনোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷এই ঘটনাই জিলা খনত শোকৰ ছাঁ পৰিছে৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com