অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৯৩৭জনলৈ বৃদ্ধি, আৰু ৬৯ জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৯৩৭জনলৈ বৃদ্ধি, আৰু ৬৯ জন পজিটিভ চিনাক্ত
Published on: 

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৯৩৭জনলৈ বৃদ্ধি, আৰু ৬৯ জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত ২৯৩৭জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ ৰাজ্যত আৰু ৬৯ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৯৩৭ জনলৈ বৃদ্ধি পায়। এই ক'ৰ'না আক্ৰান্তসকল ৰাজ্যৰ বিভিন্ন জিলাৰ।আনহাতে, সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ১৮৪৪ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com