Begin typing your search above and press return to search.

আজি নিশা ৮ বজাত দেশবাসীক উদ্দেশি পুনৰ ভাষণ মোদীৰ

তাৰ পাছতে তেওঁ এই ভাষণ দিয়াৰ সিদ্ধান্ত লৈছে।

আজি নিশা ৮ বজাত দেশবাসীক উদ্দেশি পুনৰ ভাষণ মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 May 2020 7:52 AM GMT

আজি নিশা ৮ বজাত পুনৰ দেশবাসীক উদ্দেশি ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীবৰ্গৰ সৈতে ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিক লৈ আলোচনাত হয়। তাৰ পাছতে তেওঁ এই ভাষণ দিয়াৰ সিদ্ধান্ত লৈছে।

আনহাতে, দেশবাসীক উদ্দেশ্য ২৪ মাৰ্চত প্ৰদানমন্ত্ৰীয়ে দিয়া ভাষণত দেশত অহা ১৪ মে'লৈকে তলাবন্ধ (ল'কডাউন)বৃদ্ধি কৰা হয় ৷ কিছুসংখ্যক ৰাজ্যত ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে তিনি মে'ত অন্ত পৰিবলগীয়া লংক-ডাউনৰ ম্যাদ দুসপ্তাহৰ বাবে বৃদ্ধি কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ ৰাজ্যৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল'ক-ডাউন দুসপ্তাহ বৃদ্ধিৰ সিদ্ধান্ত লয় ।অৱশ্যে গ্ৰীণ জ'ন আৰু আৰু অৰেঞ্জ জ'নত ক'ৱিড-১৯নীতি-নিয়মাৱলীৰ কিছু শিথিলতা থাকিব । কিন্তু ৰেড জ'নত সম্পূৰ্ণ তলাবন্ধ অহা ১৭ মেলৈকে বলবত থাকিব।

Next Story
চাকৰি