অনুষ্কাৰ শৰ্মাৰ পিছত দিপীকা পাদুকনৰ মমৰ মূৰ্ত্তি: মেডাম তুচেদ

অনুষ্কাৰ শৰ্মাৰ পিছত দিপীকা পাদুকনৰ মমৰ মূৰ্ত্তি: মেডাম তুচেদ
Published on: 

বলীউদ অভিনেত্ৰী দিপীকা পাদুকনৰ লণ্ডনত অৱস্থিত মেডাম তুচেদ মিউজিয়ামত মমৰ প্ৰতিমূৰ্ত্তি প্ৰতিষ্ঠিত হব।"ঔম শান্তি ঔম"ছবি খনৰ জৰিয়তে বলীউদ জীৱন আৰম্ভ কৰা দিপীকাই বহু সুন্দৰ সুন্দৰ ছবি দৰ্শক দকলক প্ৰদান কৰে।লণ্ডনত অৱস্থিত মেডাম তুচেদ মিউজিয়ামত চেলিব্ৰেটী ৱেক্স ষ্টেটচুত অমিতাভ বচ্চন,শচীন টেণ্ডুলকাৰ,শ্বাহৰুখ খানৰ লগত দিপীকাৰ প্ৰতিমূৰ্ত্তি স্থাপন হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com