অভিনেতা অনুপম খেৰে "ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া"ৰ অধ্যক্ষ পদৰ পৰা কৰিলে পদত্যাগ;কিন্তু কিয়?

অভিনেতা অনুপম খেৰে "ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া"ৰ অধ্যক্ষ পদৰ পৰা কৰিলে পদত্যাগ;কিন্তু কিয়?

অনুভবী বলীউড অভিনেতা অনুপম খেৰ,যিগৰাকী প্ৰতিষ্ঠিত ভাৰতীয় ছবি আৰু টেলিভিছন প্ৰতিষ্ঠানৰ অধ্যক্ষ পদত নিযুক্তি আছিল । কাৰন, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ কোনো কামৰ বাবে তেওঁ এই পদতটোৰ বাবে সময় প্ৰদান কৰিব নোৱাৰিব,যাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহন কৰি পদটোৰ পৰা পদত্যাগ কৰে । তেওঁ প্ৰদান কৰা পদত্যাগ পত্ৰ খন টুইটাৰ যোগেদি শ্ৰেয়াৰ কৰে আৰু লিখি দিয়ে যে;"It has been an honour, a privilege & a great learning experience to be the Chairman of the prestigious @FTIIOfficial. But because of my international assignments I won’t have much time to devote at the institute. Hence decided to send my resignation. Thank you. ? @Ra_THORe".

https://twitter.com/AnupamPKher/status/1057554789695811584?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1057554789695811584&ref_url=https%3A%2F%2Fwww.bollywoodlife.com%2Fnews-gossip%2Fanupam-kher-resigns-as-the-chairman-of-ftii-film-and-television-institute-of-india-heres-why%2F

ইয়াৰ পিছত তেওঁ আকৌ লিখে যে' ; তেওঁৰ বাবে অধ্যক্ষ হিচাপে এফটিআইআইৰ যাত্ৰা অতি সুন্দৰ অভিজ্ঞতা আছিল আৰু ভৱিষ্যতলৈ ব্যক্তিগত ভাৱে মাগদৰ্শন কৰিবলৈ জৰিত থাকিব বুলি মত প্ৰকাশ কৰে ।"Thank you staff, teachers & students of @FTIIOfficial for your support & appreciation during my tenure as chairman. As an individual you can always reach out to me. We have constituted a very learned & capable governing body & academic society who will guide you at their best.?".

https://twitter.com/AnupamPKher/status/1057562137638318081?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1057562137638318081&ref_url=https%3A%2F%2Fwww.bollywoodlife.com%2Fnews-gossip%2Fanupam-kher-resigns-as-the-chairman-of-ftii-film-and-television-institute-of-india-heres-why%2F

আনহাতে,অভিনেতা গৰাকীক পৰবৰ্ত্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিংৰ বায়'পিকত অভিনয় কৰা দেখা পোৱা যাব । ছবি খনৰ নাম হ'ব "দ্যা এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ" য'ত তেওঁ নামমাত্ৰ চৰিত্ৰত চিত্ৰিত কৰিব । ছবি খনে ১৪ডিচেম্বৰত স্ক্ৰিনত হিট কৰিবলৈ নিৰ্ধাৰিত হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com