কৰিনা আৰু শ্বেইফৰ পৰিয়ালে বন্ধৰ দিন কটালে মালদীপত

কৰিনা আৰু শ্বেইফৰ পৰিয়ালে বন্ধৰ দিন কটালে মালদীপত

বলীউদ ডীভা কৰিনা কাপুৰ খান,শ্বেইফ আলী খান,টাইমুৰ আলী খানে বন্ধৰ দিনত এই সুন্দৰ সময় কটাবলৈ মালদীপলৈ গৈছে।কেৱল এওলোক তিনিজনে নহয় শ্বেইফৰ সমগ্ৰ পৰিয়াল যেনে,ভগ্নী চোহা,কুনাল আৰু জীয়েক ইনায়াও গৈছে লগত।আটাইকেইজন তাৰকাকৰ একেলগে এটা চুইমিং পুলত থকা সুন্দৰ ফটো দেখা পোৱা যাব।কৰিনা কাপুৰ খানৰ বন্ধৰ দিনত কটোৱা সুন্দৰ ফটো তলত কিছুমান সুন্দৰ ফটো দিয়া হ'ল…

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com