"গোল্ড" ছবিৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন

"গোল্ড" ছবিৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন
Published on

অক্ষয় কুমাৰ অভিনীত ছবি "গোল্ড" ছবি খন মুক্তি পাইছে জন আব্ৰাহামৰ "সত্যমেৱ জয়তে"ৰ লগতে।যদিওবা একেলগে দুয়োখন ছবি মুক্তি পাইছে তথাপি দুয়োখন ছবিৰ মাজত কোনো ধৰনৰ সংঘৰ্ষৰ সৃষ্টি হোৱা নাই।বৰঞ্চ মুক্তিৰ প্ৰথম দিনাই ছবি খনে শীৰ্ষ হাৰত বক্স অফিচত সংগ্ৰহ কৰিবলৈ সক্ষম হয়।দৰ্শকৰ মন জয় কৰা "গোল্ড" ছবিয়ে মুঠ ২৫.২৫ কোটি লাভ কৰিবলৈ সক্ষম হয়।

২০১৫চনত মুক্তি পোৱা "সিং ইজ ব্লিং" ছবি খনে প্ৰথম দিনা খনে ২০.৬৫কোটি পাবলৈ সক্ষম হৈছিল,পৰবৰ্ত্তী "টয়লেট এক প্ৰেমকথা" ছবিয়েও দৰ্শকৰ মন জয় কৰি উচ্চ হাৰত বক্স অফিচত কোটি টকা সামৰিবলৈ সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com