মনোৰঞ্জন
“চুৰমা” ছবি খনৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টছন
যোৱা শুক্ৰবাৰে মুক্তি পোৱা "চুৰমা" এখন খেলৰ বায়পিক ছবি। ছবি খন হকী খেলুৱৈ সন্দিপ সিংৰ জীৱনৰ ওপৰত আধাৰিত আৰু কেনেকৈ তেওঁ ৰাষ্ট্ৰীয় খেলত পুনৰ ভুমুকি মাৰে তাক লৈ নিৰ্মাণ কৰা হৈছে ছবি খন। ছবি খনত দিলজিত দোচাঞ্চ আৰু তাপস্বী পান্নুৱে মূল চৰিত্ৰত অভিনয় কৰিছে।প্ৰথযোৱা শুক্ৰবাৰে মুক্তি পোৱা "চুৰমা" এখন খেলৰ বায়পিক ছবি।মুক্তি পোৱাৰ প্ৰথম দিনাই ছবি খনে ৩.৩৫কোটি ক্ৰয় কৰিবলৈ সক্ষম হয়।