তাপস্বী পান্নুৰ শাৰী পৰিধানৰ সুন্দৰ ষ্টাইল

তাপস্বী পান্নুৰ শাৰী পৰিধানৰ সুন্দৰ ষ্টাইল

১৯৮৭চনৰ ১ আগষ্টত জন্ম লোৱা তাপস্বী পান্নু এগৰাকী তেলেগু,তামিল,মালায়াম আৰু হিন্দী ছবি মোহময়ী অভিনেত্ৰী।মোহময়ী অভিনেত্ৰী গৰাকীৰ পৰিধিত কৰা কাপোৰ সমূহৰ ষ্টাইলে সকলোকে মনত সাঁচ বহুৱাবলৈ সক্ষম।এই সুন্দৰ অভিনেত্ৰী গৰাকীৰ শাৰী পিন্ধাৰ ভিন্ন ষ্টাইলে চকু থৰ পেলাবলৈ সক্ষম।তলত বহু ধৰনৰ সুন্দৰ সুন্দৰ শাৰী পৰিধিত কৰা তাপস্বীৰ ফটো…

Punit Balana

Soutache by Gaurika Sharma

Punit Balana

Anjali Jani

Abraham & Thakore

House Of Neeta Lulla

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com