'ভগা-খিৰিকী'

'ভগা-খিৰিকী'

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচিত্ৰ নিৰ্মাতা জাহ্ন বৰুৱা আৰু বলীউদৰ মোহময়ী অভিনেত্ৰী তথা অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ নিজা বেনাৰত নিৰ্মান হ'বলগীয়া ছবি 'ভগা-খিৰিকী'লৈ আশাবাদী চলচিত্ৰ খনৰ লগত জড়িত সকলো কলা-কুশলী সকল।চলিত বৰ্ষৰ ২৬ অক্টোবৰত মুক্তি হ'বলগা ছবি খন প্ৰিয়ংকাৰ পাৰ্বল পিবল পিক্সাৰ্চ আৰু সহনৱ আলমৰ এষ্টাৰ্লি এণ্টাৰটেইনমেণ্ট লিমিটেডৰ বেনাৰত তথা প্ৰিয়ংকাৰ নিজা বেনাৰত নিৰ্মিত হ'ব ।

জানিব পোৱা মতে,ছবি খনৰ ২য় খণ্ড শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অহা ২৫ অক্টোবৰত প্ৰদৰ্শন কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com