মনিকৰ্নিকা- দ্যা কুইন অৱ ঝান্সী; কংগনা ৰানাউটৰ ৰূপ

মনিকৰ্নিকা- দ্যা কুইন অৱ ঝান্সী; কংগনা ৰানাউটৰ ৰূপ

দিপীকা,ছাহিদ আৰু ৰনবীৰ সিংৰ অভিনীত ছবি "পদ্মাৱত" ছবিৰ পিছতে এইবাৰ আহি আছে কংগনা ৰানাউটৰ 'মনিকৰ্নিকা- দ্যা কুইন অৱ ঝান্সী' ।আজি ছবি খনৰ টিচাৰ মুক্তি পালে আৰু অহা বছৰৰ গনৰাজ্য দিৱস আগদিনা অৰ্থাৎ ২৫ জানুৱাৰীৰ দিনা মুক্তি পাব চলচিত্ৰ খন ।ছবি খনত অভিনয় কৰা কংগনাই বুৰঞ্জী প্ৰসিদ্ধ ঝান্সীৰ ৰানী লক্ষ্মীবাইৰ চৰিত্ৰটি সম্পূৰ্নৰূপে ফূটাই তুলিবলৈ সক্ষম হৈছে । ছবি খনৰ টিচাৰত দেখা পোৱা তথা ছবি খনত অভিনয় কৰা কংগনাৰ মুখৰ ভাব-ভংগীমাৰ কেইখন মান ফটো তলত প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/BoYDN9CBsQk/?hl=en&taken-by=team_kangana_ranaut

https://www.instagram.com/p/BoYNBYqh2x2/?hl=en&taken-by=team_kangana_ranaut

https://www.youtube.com/watch?v=eBw8SPPvGXQ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com