"ষ্টুডেণ্ট অৱ দ্যা য়েৰ ২"ৰ অভিনেত্ৰী অন্যন্যা পাণ্ডেৰ জন্মদিন

"ষ্টুডেণ্ট অৱ দ্যা য়েৰ ২"ৰ অভিনেত্ৰী অন্যন্যা পাণ্ডেৰ জন্মদিন

বলীউড জগতত নতুনকৈ খোজ পেলোৱা অন্যন্যা পাণ্ডেৰ কথা আমি সকলোৱে জানো । হয়,আমি কৈ আছো "ষ্টুডেণ্ট অৱ দ্যা য়েৰ ২"ৰ অন স্ক্ৰিনৰ অভিনেত্ৰী হিচাপে দেখিবলৈ পোৱা যাব অন্যন্যা পাণ্ডেক আৰু অন্যন্যাৰ বিপৰীতে দেখা পোৱা যাব "বাগী"ৰ অভিনেতা টাইগাৰ চৰ্ফ আৰু তাৰা চুত্তাৰিয়া । ছবি জগত খন ভৰি নিদিয়াৰ পূৰ্বেই অন্যন্যাৰ ইনষ্টাগ্ৰামৰ অনুৰাগী ৬০৯কে হৈছে গৈ ।

ইয়াৰোপৰি অন্যন্যাই অলপতে সম্পূৰ্ন কৰিলে ২০বছৰ ।অতি সুন্দৰ ভাৱে পৰিয়ালৰ সৈতে জন্মদিন পালন কৰাৰ কিছু ফটো প্ৰকাশ কৰিছে । তলত ফটো প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/Bphz1EwFIx1/?utm_source=ig_embed

https://www.instagram.com/p/Bph4xO_F6nX/?utm_source=ig_embed

https://www.instagram.com/p/Bpger_WHCYM/?utm_source=ig_embed

https://www.instagram.com/p/Bpi4onRnovM/?utm_source=ig_embed

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com