সকলোকে মুহিত কৰে কৰিনা আৰু টাইমুৰৰ ফটোৰ ষ্টাইলে

সকলোকে মুহিত কৰে কৰিনা আৰু টাইমুৰৰ ফটোৰ ষ্টাইলে

কৰিনা কাপুত খান আৰু পুত্ৰ টাইমুৰ কেতিয়াও সংবাদ মাধ্যমৰ চকুৰ আগৰ পৰা হাত সাৰিব নোৱাৰে ।হয়,কৰিনা আৰু শ্বেইফৰ পুত্ৰ টাইমুৰ বলীউদৰ আটাইতকৈ মৰমলগা শিশু বুলিব পাৰি । সংবাদ মাধ্যমে প্ৰতি দিনাই এটা নহয় এটা খবৰে টাইমুৰক আৱদ্ধ নকৰাকৈ নাথাকে । সেয়ে আজি আমি আপোনালোকলৈ আগবঢ়াইছো কেমেৰাই য'তে ত'তে আৱদ্ধ কৰা কৰিনা আৰু টাইমুৰৰ কিছু সুন্দৰ ফটো ।

https://www.instagram.com/p/BoUFJgPnk4-/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/BlPxHGKnk_X/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/BlVH6sFnJa-/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/Bjj_zSBnhXa/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/BjK1TQgnz7O/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/Bijnz-qnHuR/?hl=en&taken-by=therealkareenakapoor

https://www.instagram.com/p/Bdsgp46HHaE/?hl=en&taken-by=therealkareenakapoor

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com