হেপ্পী বাৰ্থ ডে' দেৱলিনা ওৰফে "গোপী বহু"

হেপ্পী বাৰ্থ ডে' দেৱলিনা ওৰফে "গোপী বহু"

১৯৮৫চনৰ আজিৰ দিনটোত জন্ম গ্ৰহন কৰিছিল 'চাথ নিভানা চাথিয়া' ধাৰাবাহিক খনত অভিনেত্ৰী তথা অসম জীয়ৰী দেৱলিনা ভট্টাচাৰ্য্যই।দেৱলিনাই নিজকে এগৰাকী ভাল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

অলপতে দেৱলিনাই ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰা কিছুমান ফটোই প্ৰমান কৰিছে যে ধাৰাবাহিকত দেখুওৱা গোপী চৰিত্ৰটোৰ ৰূপ বাস্তৱ জীৱনত সম্পূৰ্ণ বেলেগ তথা ব্যতিক্ৰমী ৰূপ।

ইয়াৰ উপৰিও দেৱলিনাই এক সাক্ষাৎকাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে,কোনো ভিৰৰ মাজত যদি দেৱলিনাক গোপী বুলি মাতে তেতিয়া দেৱলিনাই গৌৰৱবোধ কৰে।

সুন্দৰী,প্ৰতিভাশালী অভিনেত্ৰী দেৱলিনালৈ জন্মদিনৰ অশেষ শুভকামনা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com