৬০০খণ্ড সম্পূৰ্ণ হ’ল ষ্টাৰ প্লাছ চেনেলৰ ধাৰাবাহিক “ইষ্কবাজ”ৰ

৬০০খণ্ড সম্পূৰ্ণ হ’ল ষ্টাৰ প্লাছ চেনেলৰ ধাৰাবাহিক “ইষ্কবাজ”ৰ
Published on

ষ্টাৰপ্লাছ চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় ধাৰাবাহিক "ইষ্কবাজ"ৰ ৬০০টা খণ্ড সম্পূৰ্ণ হ'ল।সেয়ে এই আনন্দৰ সময়ত ধাৰাবাহিক খনৰ সকলো সদস্যই মিলি কেক কাটি প্ৰকাশ কৰিলে আনন্দ ।

ধাৰাবাহিক খন মুলতঃ তিনিগৰাকী হেনচম অবৰয় ভাই-ককায়েকলৈ আধাৰিত।ধাৰাবাহিক খনৰ মুল চৰিত্ৰত অভিনয় কৰা নকুল মেহতাৰ বিপৰীতে অভিনয় কৰা অভিনেত্ৰী সুৰভীয়ে চেলফি উঠি এই শুভ ক্ষণৰ মূহৰ্তখিনি কেপচাৰ অৰ্থাৎ কেমেৰাত আবদ্ধ কৰি ৰাখে।নকুল মেহতাইয়ে চ'চিয়েল মিডিয়াৰ যোগেদি সুন্দৰ ফটো কিছুমান প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com