ৰনবীৰৰ পৰা আৰম্ভ কৰি টাইমুৰলৈ সকলোৰে প্ৰিয় আছিল আইতাক কৃষ্ণা ৰাজ কাপুৰ,ফটো

ৰনবীৰৰ পৰা আৰম্ভ কৰি টাইমুৰলৈ সকলোৰে প্ৰিয় আছিল আইতাক কৃষ্ণা ৰাজ কাপুৰ,ফটো
Published on: 

বলীউদৰ জগত খনত আজি শোকৰ ছাঁয়ে বিৰাজ কৰিছে ।৮৭ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা কৃষ্ণা ৰাজ কাপুৰক বলীউদৰ বহু তাৰকা যেনে; অমিতাভ বচ্চন,অনিল কাপুৰ,ৰানি মুখাৰ্জী,শেষ বাৰৰ বাবে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলেহি ।ইয়াৰ লগতে কৃষ্ণা ৰাজ কাপুৰ সকলোৰে প্ৰিয় আইতাক বুলি কব পাৰি,ৰনবীৰ কাপুৰ,কৰিশ্মা কাপুৰ,কৰিনা কাপুৰ আৰু পুত্ৰ টাইমুৰ আদিৰ সকলোৰে প্ৰিয় আছিল । তলত কিছুমান কৃষ্ণা ৰাজ কাপুৰৰ সৈতে নাতি-নাতিনী তথা পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱা ফটো প্ৰকাশ কৰা হ'ল,,,,

https://www.instagram.com/p/Bk_Qtndg8-k/?hl=en&taken-by=ranbirkapoor

https://www.instagram.com/p/BnTErBFFbmk/?utm_source=ig_embed

https://www.instagram.com/p/Blw-xqZFLu6/?utm_source=ig_embed

https://www.instagram.com/p/BlDV1YXFj-H/?utm_source=ig_embed

https://www.instagram.com/p/oJn2mhyZAu/?utm_source=ig_embed

https://www.instagram.com/p/Bg51UORFD5r/?utm_source=ig_embed

https://www.instagram.com/p/BdH4qqglVpz/?utm_source=ig_embed

https://www.instagram.com/p/BOcYCwwAy_C/?utm_source=ig_embed

https://www.instagram.com/p/BoX_ccHB9Ro/?utm_source=ig_embed

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com