ৰনবীৰ সিং আৰু চাৰা আলী খানৰ নতুন ছবি “চিম্বা”

ৰনবীৰ সিং আৰু চাৰা আলী খানৰ নতুন ছবি  “চিম্বা”
Published on: 

ৰনবীৰ আৰু চাৰাৰ আহিবলগীয়া নতুন ছবি চিম্বাৰ শ্বুটিং আজিৰ পৰা আৰম্ভ হৈছে হাইডৰাবাদত

শ্বটিং হ'ব হাইডৰাবাদৰ ৰামজী ফ্লীম ষ্টুডিঅ'ত

ছবি খনত অজয় দেৱগনত স্পিচিয়েল এপেৰন্স হিচাপে দেখা পোৱা যাব

ছবি খন তেলেগু ফ্লীম টেম্পাৰৰ ওপৰত আধাৰিত কৰি ৰিমেক কৰা হৈছে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com