Begin typing your search above and press return to search.

ছিকিমৰ জেটচেন ডোহনাই জিনিলে সাৰেগামাপা লিটল চেম্পৰ ট্ৰফী

ট্ৰফীৰ লগতে ১০ লাখ টকাৰ নগদ পুৰস্কাৰো লাভ কৰে জেটচেন ডোহনাই

ছিকিমৰ জেটচেন ডোহনাই জিনিলে সাৰেগামাপা লিটল চেম্পৰ ট্ৰফী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jan 2023 11:08 AM GMT

গেংটক : উত্তৰ-পূবৰ বাবে এটা গৌৰৱৰ খবৰ, ছিকিমৰ জেটচেন ডোহনাই ছাৰেগামাপা লি'টল চেম্পছৰ ছিজন ৯ৰ ট্ৰফী জিনিলে জানুৱাৰী, দেওবাৰে। ট্ৰফীৰ লগতে ১০ লাখ টকাৰ নগদ পুৰস্কাৰো লাভ কৰে। এইবাৰ দৰ্শকে শংকৰ মহাদেৱন, নীতি মোহন, অনু মালিককে ধৰি নতুন বিচাৰকৰ পেনেলৰ সাক্ষী হ'বলৈ পাইছিল। ফিনালেত জেটচেনে হৰ্ষ চিকন্দৰ আৰু ধ্যানেশ্বৰী গাদাগেক পৰাস্ত কৰে।

লগতে পঢ়ক: অসমীয়াৰ স্বাৰ্থৰ সৈতে আপোচ নহব: ব্ৰহ্ম


Next Story