Begin typing your search above and press return to search.

ভোজপুৰী অভিনেত্ৰীৰ গোপন মুহূৰ্তৰ এমএমএছ ফাদিল, ছ'চিয়েল মিডিয়াত ধুমুহা

অভিনেত্ৰী তৃষা কৰ মধু ভোজপুৰী চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু নৃত্যশিল্পী

ভোজপুৰী অভিনেত্ৰীৰ গোপন মুহূৰ্তৰ এমএমএছ ফাদিল, ছচিয়েল মিডিয়াত ধুমুহা

RaktimBy : Raktim

  |  18 Aug 2021 9:04 AM GMT


অভিনেত্ৰী তৃষা কৰ মধু ভোজপুৰী চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তৎস্বত্বেও সম্প্ৰতি তেওঁ সকলো ধৰণৰ নেতিবাচক কাৰণত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে। তেওঁ প্ৰেমিকৰ লগত কটোৱা গোপন মুহূৰ্তৰ এমএমএছ ভিডিঅ' অনলাইনত ফাদিল হৈছে।

ৰাজহুৱা হোৱা ভিডিঅ'টোত অভিনেত্ৰীগৰাকীক তেওঁৰ তথাকথিত প্ৰেমিকৰ সৈতে ব্যক্তিগত সময় অতিবাহিত কৰা দেখা গৈছে। তেতিয়াৰ পৰা অভিনেত্ৰীগৰাকীক সামাজিক মাধ্যমত যথেষ্ট ট্ৰ'ল কৰা হৈছে। আনকি ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল কৰি তোলা লোকসকলক সতৰ্ক কৰি দিছিল । অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁ এটা ভুল কৰিছিল আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক ভিডিঅ'টো ডিলিট কৰিবলৈ আহ্বান জনায়।

অৱশ্যে মধুৱে ভিডিঅ'টো কোনে শ্বুট কৰিছিল আৰু কেনেকৈ ছ'চিয়েল মিডিয়াত ফাদিল হয়, সেয়া উল্লেখ কৰাৰ পৰা বিৰত আছে ৷ তেওঁ মাথোঁ লিখিছে, "আল্লাই সকলো দেখি আছে ৷ মোক তললৈ নমাবৰ কাৰণে মোৰ ব্যক্তিগত ভিডিঅ' ভাইৰেল কৰিছে ৷ আপোনাৰ ভন্টীৰ ফুলশয্যাৰ ভিডিঅ' ভাইৰেল কৰিলে ভাল লাগিব হয়, নহয় জানো । বিহাৰত এনে ধৰণৰ মানুহ আছে বুলি জনা নাছিলো।"

তদুপৰি ভোজপুৰী অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া এটা প'ষ্টত হিন্দীত লিখিছে, "আপ লোগ কুছ ভি গলত ছলত মন্তব্য না কাৰে মই হেল্প মাংগ ৰহে হু পৱন সিং ছে ইছ লিয়ে পৱন জী কা পিক লগায়ে হু, কি মুজে পতা হে ভোজপুৰী উদ্যোগ মে গৰ সচ মে কয় হেল্প কৰতা হে তো পৱন সিং জী হে বাকি লগ চিৰফ ছচিয়েল মিডিয়া পে লম্বী লম্বী বাত কৰতে হে" ।

Next Story
চাকৰি