এমটিভিৰ ছুপাৰ মডেল অৱ দা ইয়াৰৰ ছেটলৈ উভতি যাবলৈ সাজু মাচাবা গুপ্তা

এখন ফটোত তেওঁক এটা টিউব কৰ্ছেট টপ পৰিধান কৰি থকা দেখা গৈছে ৷
এমটিভিৰ ছুপাৰ মডেল অৱ দা ইয়াৰৰ ছেটলৈ উভতি যাবলৈ সাজু মাচাবা গুপ্তা
Published on: 

এম টি ভিৰ জনপ্ৰিয় ছুপাৰ মডেল অৱ দ্য ইয়াৰলৈ উভতি যাবলৈ প্ৰস্তুতি চলাইছে ডিজাইনাৰ মাচাবা গুপ্তাই ৷ শেহতীয়া ফটোত মাছাবাক ৰাণীৰ দৰে দেখা গৈছে। এখন ফটোত তেওঁক এটা টিউব কৰ্ছেট টপ পৰিধান কৰি থকা দেখা গৈছে ৷ লগতে তেওঁৰ সোণালী ব্ৰোচৰ সৈতে লেদাৰ ফিনিছৰ ফটো তোলা হয়।

মাছাবাই কৰ্ছেটটো এটা সম্পূৰ্ণ টাই আপ চাৰোং স্কাৰ্টৰ সৈতে পৰিধান কৰিছে। শিৱন আৰু নৰেশৰ এই ক'লা কৰ্ছেটটো এটা কাষ্টম মেড চাৰোং স্কাৰ্টৰ সৈতে ষ্টাইল কৰা হৈছে ।

ছুপাৰ মডেল অৱ দা ইয়েৰ ২-ত, মালাইকা অৰোৰা, মিলিন্দ সোমন আৰু অনুষা দাণ্ডেকাৰ বিচাৰক ৰূপে থাকিব। অনুষ্ঠানটো ২২ আগষ্টৰ পৰা এমটিভি ইণ্ডিয়াত সম্প্ৰচাৰিত হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com