Begin typing your search above and press return to search.
বগা বিকিনি পৰিধান কৰি "হট লুক"ত মোহময়ী নেহা শৰ্মা
তদুপৰি তেওঁক “য়ামলা পাগলা দিৱানা” আৰু আন কেইবাখনো চলচ্চিত্ৰতো দেখা পোৱা গৈছে।

By :
সুন্দৰী নেহা শৰ্মা এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা মডেল। নেহাই ৰূপায়ন কৰা প্ৰথম চৰিত্ৰটো আছিল ২০০৭ চনৰ ২৮ ছেপ্টেম্বৰত মুক্তি পোৱা তেলুগু চলচ্চিত্ৰ "চিৰুথা"-ৰ । তদুপৰি তেওঁক "য়ামলা পাগলা দিৱানা" আৰু আন কেইবাখনো চলচ্চিত্ৰতো দেখা পোৱা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ আকৰ্ষণীয় চেহেৰাৰ দ্বাৰা সকলোকে প্ৰভাৱিত কৰি আছে।
নেহাই শেহতীয়াকৈ বিকিনি পৰিধান কৰি ইনষ্টাগ্ৰামত নিজৰ "হট লুক" প্ৰকাশ কৰিছে। এই ফটোবোৰ তেওঁ নেহাই গোৱা ভ্ৰমণৰ সময়ত কৰিছিল ৷ তেওঁ এই থ্ৰ'বেক ফটো আপলোড কৰিছে ৷ কিয়নো নেহাই পুৰণি দিনবোৰৰ স্মৃতি ৰোমন্থন কৰিব বিচাৰে।
নেহাক পৰৱৰ্তী সময়ত "যগিৰা চাৰা ৰা ৰা" আৰু "হেৰা ফেৰি-৩" ত দেখা যাব। তদুপৰি নেহা ব্লেণ্ডাৰস্পাইড ফেশ্বন ট্যুৰৰ জুৰী সদস্য।
Next Story