Begin typing your search above and press return to search.

আবু জানী সন্দীপ খোচলাৰ ডিজাইনত নোৰা ফাটেহীৰ হট লুক

তেওঁ এম্ব্ৰইডাৰী কৰা আৰু সু-সজ্জিত লেহেঙ্গা স্কাৰ্ট পিন্ধিছে আৰু আৰু এটা ব্ৰেলেট পৰিধান কৰিছে।

আবু জানী সন্দীপ খোচলাৰ ডিজাইনত নোৰা ফাটেহীৰ হট লুক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-27T14:57:19+05:30

নোৰা ফাতেহীয়ে ডিজাইনাৰ আবু জানী সন্দীপ খোচলাৰ সৈতে তেওঁলোকৰ প্ৰথম ফেশ্বন ছবি 'ইনটু দ্য লাইট'ৰ অংশ হ'বলৈ আগ্ৰহ প্ৰকাশ কৰে। নোৰা ফাতেহী অন্যতম আকৰ্ষণীয় অভিনেত্ৰী ।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে দিল্লীত ডিজাইনাৰ আবু জানী সন্দীপ খোচলাৰ বাবে এখন ফটোশ্বুটৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছে যিটো ভাইৰেল হৈ পৰিছে। নোৰাই ডিজাইনাৰসকলৰ সৈতে তেওঁলোকৰ প্ৰথম ফেশ্বন ছবি 'ইনটু দ্য লাইট'ৰ অংশ হ'বলৈ সহযোগিতা কৰিছে।

তেওঁ এম্ব্ৰইডাৰী কৰা আৰু সু-সজ্জিত লেহেঙ্গা স্কাৰ্ট পিন্ধিছে আৰু আৰু এটা ব্ৰেলেট পৰিধান কৰিছে। নৰাই এডাল সুন্দৰ নেকলেছ আৰু কানফুলি পিন্ধিছিল আৰু খোপা বান্ধি ৰাখিছিল। নৰাৰ চেহেৰা আৰু অধিক ৰাজকীয় আৰু নাটকীয় কৰি তুলিবলৈ এটা অত্যধিক হেডগীয়াৰ পৰিধান কৰায় ।

Next Story